অব্যয় শব্দ

যিবিলাক শব্দৰ ৰূপ নলৰে আৰু বিভক্তি বচন বা লিঙ্গ নাই, সিহঁতক অব্যয় শব্দ বোলে ।

অব্যয় শব্দ মুঠ আঠ বিধ । সেইকেইটা হ’লঃ

১. যোজক

২. পৃথকবোধক

৩. সন্দেহবোধক

৪. ভাববোধক

৫. আনুষঙ্গিক

৬. সম্বোধনাৰ্থক

৭. প্ৰশ্নাৰ্থক

৮. সমিধানবোধক