বৰ্ণ

কথা কওঁতে উচ্চাৰিত শব্দক লিখি প্ৰকাশ কৰিবলৈ ব্যৱহৃত চিনবোৰক সাধাৰণ অৰ্থত বৰ্ণ বা আখৰ বোলা হয় ।

যেনেঃ অ, আ, ক, খ ইত্যাদি ।

অ-ফলা / স্বৰ বৰ্ণমালা

 

ক-ফলা / ব্যঞ্জন বৰ্ণমালা