ভাষা

এজনে আন এজনৰ লগত মনৰ ভাব বিনিময়ৰ বাবে ব্যৱহাৰ কৰা বিধিসন্মত শব্দৰ উচ্চাৰণ আৰু আকাৰ-ইংগিতকে সাধাৰণ অৰ্থত ভাষা বুলিব পাৰি ।

যেনেঃ অসমীয়া ভাষা, ইংৰাজী ভাষা ইত্যাদি ।

ব্যাকৰণ

এটা ভাষাত শুদ্ধৰূপে কথা কবলৈ আৰু লিখিবলৈ ব্যৱহৃত নিয়ম প্ৰণালীক সাধাৰণ অৰ্থত ব্যাকৰণ বোলা হয় ।

যেনেঃ অসমীয়া ব্যাকৰণ, ইংৰাজী ব্যাকৰণ ইত্যাদি ।