পদ - বিশেষ্য

যি পদে কোনো প্ৰাণীৰ বা বস্তুৰ বা গুণৰ নাম বা কোনো কাৰ্য্য বুজায় তাক বিশেষ্য পদ বোলে । বিশেষ্য পদ তিনি বিধঃ সংজ্ঞাবোধক বিশেষ্য, গুণবোধক বিশেষ্য আৰু ক্ৰিয়াবোধক বিশেষ্য ।