ক্ৰিয়াবোধক বিশেষ্য

যি বিশেষ্য পদে কোনো কাৰ্য্য বুজায় তাক ক্ৰিয়াবোধক বিশেষ্য বোলে । যেনেঃ শয়ন, ভোজন, পিন্ধন ইত্যাদি ।