অনুকাৰ শব্দ

বস্তু মাটিত পৰা শব্দ বা জন্তুৰ মাতৰ নিচিনা যিবিলাক শব্দ ব্যৱহাৰ কৰা যায়, সিহঁতক অনুকাৰ শব্দ বোলে ।

উদাহৰণঃ

কাউৰীৰ = কা কা, ঘড়ীৰ = টং টং, হিলৈৰ = ধুম, মাটিত পৰা = গিৰিস্