নিপাতনত সিদ্ধ সন্ধি

যদিও সন্ধি মূলত চাৰি প্ৰকাৰৰ কেতবিলাক সন্ধি আছে, যাক এই চাৰিটা ভাগৰ নিয়মেৰে সাধিব নোৱাৰি । এনেবোৰ সন্ধি নিপাতনত, অৰ্থাৎ অনিয়মিত ৰূপে সিদ্ধ । 

উদাহৰণঃ

(স্বৰ সন্ধি)

স্বৰ + ইৰিণী = স্বৈৰিণী

অক্ষ + উহিণী = অক্ষৌহিণী

শাৰ + অঙ্গ = শাৰঙ্গ

 

(ব্যঞ্জন সন্ধি)

গো + পদ = গোষ্পদ

হিন্​স + অ = সিংহ

মনস্ + ঈষা = মনীষা

তৎ + কৰ = তস্কৰ

{বৰ্ণাগম - নতুন বৰ্ণৰ সংযোগ}

{বৰ্ণবিপৰ্য্যয় - বৰ্ণৰ ঠাইৰ সালসলনি}

{বৰ্ণবিনাশ - বৰ্ণৰ বিনাশ}

{বৰ্ণবিকাৰ - পুৰণি বৰ্ণৰ বিনাশ নতুন বৰ্ণৰ সংযোগ}