নিপাতনত সিদ্ধ সন্ধি
যদিও সন্ধি মূলত চাৰি প্ৰকাৰৰ কেতবিলাক সন্ধি আছে, যাক এই চাৰিটা ভাগৰ নিয়মেৰে সাধিব নোৱাৰি । এনেবোৰ সন্ধি নিপাতনত, অৰ্থাৎ অনিয়মিত ৰূপে সিদ্ধ ।
উদাহৰণঃ
(স্বৰ সন্ধি)
স্বৰ + ইৰিণী = স্বৈৰিণী
অক্ষ + উহিণী = অক্ষৌহিণী
শাৰ + অঙ্গ = শাৰঙ্গ
(ব্যঞ্জন সন্ধি)
গো + পদ = গোষ্পদ হিন্স + অ = সিংহ মনস্ + ঈষা = মনীষা তৎ + কৰ = তস্কৰ |
{বৰ্ণাগম - নতুন বৰ্ণৰ সংযোগ} {বৰ্ণবিপৰ্য্যয় - বৰ্ণৰ ঠাইৰ সালসলনি} {বৰ্ণবিনাশ - বৰ্ণৰ বিনাশ} {বৰ্ণবিকাৰ - পুৰণি বৰ্ণৰ বিনাশ নতুন বৰ্ণৰ সংযোগ} |